শৈশব পাৰ হৈ যৌবনৰ প্রাকমুহূৰ্তলৈ ১২বছৰৰ পৰা ১৮ পৰ্যন্ত কৈশোৰৰ এই সময়ছোৱা সম্ভাবনাময় কিন্তু প্রত্যাহ্বানেৰে ভৰা। এফালে এটা দীঘলীয়া যাত্রাৰ বাবে একানপতীয়া প্রস্তুতিৰ সময়, আনফালে একাধিক চাপ লগতে সাম্প্রতিক সময়ৰ নিতে নতুন প্রভাবৰ বিভ্রান্তিকৰ টনা-আজোৰা। শ্রেণী কোঠা আৰু পাঠ্য-পুথিৰ গণ্ডীত সীমাবদ্ধ কিশোৰৰ জীবন প্রস্তুতি আজিৰ সময়ত অসম্পূর্ণ। "বাৰ ওঠৰ" সাম্প্রতিক ঘটনা প্রবাহৰ পৰা কলা-স