নতুন লেখক সকলক এখন ভাল মঞ্চ দিয়াৰ মানসেৰে মৰিগাঁৱৰ পৰা প্ৰকাশিত একমাত্ৰ আলোচনী ৰামধেনু অসমৰ জন্ম হৈছিল ২০২০ চনৰ ৫ নৱেম্বৰত। চাওতে চাওতে ৰামধেনু অসমে তৃতীয় বৰ্ষত ভৰি দিলে।ৰামধেনু অসম আলোচনীৰ মূল উদ্দেশ্য হৈছে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তোলাৰ। নবীন, প্ৰবীন লেখক সকলক এখন নতুন মঞ্চ দিয়াৰ। ৰামধেনু অসম পঢ়ক, আনকো পঢ়োৱাওক।ভাল শিকক, সুস্থ থাকক।